Assam Police, Home guard is recruiting in Dibrugarh and Tinsukia districts 2023

ডিব্ৰুগড় জিলাৰ গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ দ্বাৰা প্ৰকাশিত এক জাননীত জনোৱা হৈছে যে- জিলা দণ্ডাধীশৰ দ্বাৰা প্ৰকাশিত আদেশ অনুযায়ী ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ যিসকল গৃহৰক্ষী স্বেচ্ছাসেৱক /স্বেচ্ছাসেৱিকাই ২০২২-২৩ বৰ্ষৰ শাৰিৰীক সক্ষমতাৰ পৰীক্ষাত অৱতীৰ্ণ হৱৰ বাবে ডিব্ৰুগড় জিলাৰ গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ত প্ৰ-পত্ৰ জমা দিছে, তেখেত সকলক উক্ত শাৰিৰীক সক্ষমতাৰ পৰীক্ষাৰ বাবে তলত উল্লেখ কৰা তাৰিখত উপস্থিত হৱলৈ জনোৱা হৈছে।

পোষ্টৰ নামগৃহৰক্ষী জোৱান
ম্পোষ্টৰ সংখ্যাউল্লেখ কৰা নাই
অৰ্হতাতলত উল্লেখ কৰা হৈছে
নিযুক্তি প্ৰদান কৰা বোৰ্ডৰ নামগৃহৰক্ষী বাহিনী অসম
আবেদনৰ প্ৰক্ৰিয়াঅফলাইন
আফিচিয়েল ৱেৱচাইটতলত উল্লেখ কৰা হৈছে
আবেদনৰ মাচুলশূন্য
চৰকাৰঅসম চৰকাৰ
আবেদনৰ তাৰিখ০৭/০১/২০২২
সমাপ্তি তাৰিখউল্লেখ কৰা নাই

শাৰিৰীক সক্ষমতাৰ পৰীক্ষা সমূহ অহা ইংৰাজী ৭ জানুৱাৰীত অনুষ্ঠিত কৰা হৱ। পৰীক্ষা গৃহৰক্ষী বাহিনী প্ৰশিক্ষন কেন্দ্ৰ চাবুৱাত পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈকে অনুষ্ঠিত হৱ।

উক্ত স্থানত পৰীক্ষাত অৱৰ্তীৰ্ণ হৱৰ বাবে গৃহৰক্ষী বাহিনীৰ স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱিকা সকলক জিলা গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ পৰা এডমিট কাৰ্ড সংগ্ৰহ কৰিবলৈ জনোৱা হৈছে।

শাৰিৰীক সক্ষমতাৰ পৰীক্ষাৰ সময়ত এডমিট কাৰ্ডৰ লগতে গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষনৰ প্ৰমান পত্ৰ সহ উপস্থিত থকাটো বাঞ্চনীয়।

ক্ৰমিক নংৰোল নংতাৰিখ
১ ৰ পৰা ২৫০০৭/০১/২০২৩
২৫১ ৰ পৰা ৫০০০৮/০১/২০২৩
৫০১ ৰ পৰা ৭৫০০৯/০১/২০২৩
৭৫১ ৰ পৰা ১০০০১০/০১/২০২৩
১০০১ ৰ পৰা ১২৫০১১/০১/২০২৩
১২৫১ ৰ পৰা ১৫০০১২/০১/২০২৩
১৫০১ ৰ পৰা ১৭৫০১৩/০১/২০২৩
১৭৫১ ৰ পৰা ২০০০২৭/০১/২০২৩
২০০১ ৰ পৰা ২২৫০২৮/০১/২০২৩
১০২২৫১ ৰ পৰা ২৫০০২৯/০১/২০২৩
১১২৫০১ ৰ পৰা ২৭৫০৩০/০১/২০২৩
১২২৭৫১ ৰ পৰা ২৮৭১০১/০২/২০২৩
Assam Home guard

Leave a Comment