CRPF released Online applications for various vacancies in 2023

Central Reserved Police Force ৰ Sub inspector আৰু Head Constable পদৰ বাবে অনলাইন আবেদন প্ৰ-পত্ৰ মুকলি কৰি দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অফিচিয়েল ৱেৱ চাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব।

আবেদনৰ অন্তিম তাৰিখ ২৫ জানুৱাৰী ২০২৩। এজন প্ৰাৰ্থীয়ে কেৱল যি কোনো এটা বিভাগৰ পদৰ বাবেহে আবেদন কৰিব পাৰি। আবেদনৰ শৈক্ষিক অৰ্হতা হৈছে হাই চেকেণ্ডাৰী ১০+২ উত্তীৰ্ণ। চাব ইন্সপেক্টৰ পদ সমূহৰ ক্ষেত্ৰত ষ্টেনগ্ৰাফী অৰ্হতা থকা প্ৰাৰ্থীয়েহে আবেদন কৰিব পাৰিব।

আবেদনৰ বাবে ভিজিট কৰক- ক্লিক কৰক

আবেদনৰ মাচুল ১০০ টকা। প্ৰাৰ্থী সকলে নিৰ্ধাৰিত দিনৰ ভিতৰত আবেদন মাচুল অনলাইন যোগে পঠাৱ লাগিব।

খালী হৈ থকা মুঠ ১৪৫৮ পদৰ ভিতৰত ১৪৩ টা চাব ইন্সপেক্টৰ পদ আৰু ১৩১৫ টা হেড কনিষ্ট বলৰ পদ।

POSTUREWSOBCSCSTTOTAL
ASI5814392111143
HC532132355197991315
Si And Head Constable

প্ৰাৰ্থীৰ বয়স ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হোৱাটো বাঞ্চনীয়। অৱশ্যে সংৰক্ষিত প্ৰাৰ্থী সকলৰ বাবে বয়সৰ ক্ষেত্ৰত চৰকাৰী নিয়ম মানি চলা হৱ।

উল্লেখিত পদ সমূহৰ বাবে নিৰ্ধাৰিত দৰমহা এনেধৰণৰ-

চাব ইন্সপেক্টৰ পদৰ দৰমহা 29200 টকাৰ পৰা 92300 টকা with PB 05, আৰু হেড কনিষ্টবল পদৰ বাবে দৰমহা 25500 টকাৰ পৰা 81100 টকা with PB 04.

পৰীক্ষাৰ প্ৰপত্ৰ ১৫/০২/২০২৩ তাৰিখে প্ৰদান কৰা হৱ।

পদ সমূহৰ বাবে বাচনি প্ৰক্ৰিয়া ৪ টা স্তৰত অনুষ্ঠিত হৱ-

১) অনলাইন কম্পিউটাৰ টেষ্ট- এই পৰীক্ষাত ১০০ টা প্ৰশ্ন থাকিব, আৰু প্ৰশ্নৰ ভিত্তিত ১০০ নম্বৰ থাকিব। পৰীক্ষাৰ সময় থাকিব ৯০ মিনিট। পৰীক্ষা সমূহ ইংৰাজী আৰু হিন্দী এই দুয়োটা মাধ্যমত অনুষ্ঠিত হৱ।

২) স্কিল টেষ্ট- অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ বাবে স্কিল টেষ্টৰ ব্যৱস্থা কৰা হৱ। এই পৰীক্ষাত প্ৰাৰ্থী সকলৰ টাইপিং পৰীক্ষা কৰা হৱ।

৩) শাৰিৰীক সক্ষমতাৰ পৰীক্ষা- প্ৰাৰ্থী সকল নিৰ্ধাৰিত শাৰিৰীক সক্ষমতাৰ পৰীক্ষাত উত্তীৰ্ণ হৱ লাগিব।

৪) বাচনিৰ শেষ পৰ্যায়ত সকলো নথি পত্ৰ ভেৰিফিকেচন কৰা হৱ।

নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ মেধাৰ ভিত্তিত অনুষ্ঠিত কৰা হৱ।

দৰকৰী নথি পত্ৰ-

প্ৰাৰ্থী সকলে নিজৰ ফটোৰ লগতে পৰিচয় প্ৰমান প্ৰত্ৰ প্ৰস্তুত কৰিব লাগিব। যেনে- আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, আদি।

লগতে শৈক্ষিক প্ৰমান পত্ৰ চাৰ্টিফিকেট, মাৰ্কচিট, জন্মৰ প্ৰমান পত্ৰ আদি ভেৰিফিকেচনৰ সময়ত দেখুৱাৱ লাগিব।

অধিক তথ্যৰ বাবে – ক্লিক কৰক

আবেদন কৰিবৰ বাবে- ক্লিক কৰক

আন কোনো চাকৰিৰ বাবে- ক্লিক কৰক

Leave a Comment