Data entry operator job in Assam. District-wise data entry operator job. DEO JOB SP OFFICE LAKHIMPUR, DEO JOB SP OFFICE DIBRUGARH, DEO JOB SP OFFICE KARIMGANJ, DEO JOB SP OFFICE KOKRAJHAR, DEO JOB SP OFFICE MAJULI, DEO JOB SP OFFICE NAGAON, Assam police data entry operator job.
নগাওঁ, মৰিগাওঁ, লখিমপুৰ, ডিব্ৰুগড়, মাজুলী, কৰিমগঞ্জ, কোকৰাঝাৰ জিলাত অসম আৰক্ষী CCTNS/ICJS ৰ অধীনত জিলা আৰক্ষী অধীক্ষকত ডাটা এন্ট্ৰী পদৰ বাবে আবেদন সংগ্ৰহ কৰি থকা হৈছে। প্ৰাৰ্থীৰ শৈক্ষিক যোগ্যতা, বয়স, দৰমহা, প্ৰ-প্ৰত্ৰ জমা কৰাৰ তাৰিখ, পদ্ধতি আৰু বাচনি সম্পৰ্কীয় সকলো তথ্য তলত প্ৰদান কৰা হ’ল। যোগ্যতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থী সকলে তলত উল্লেখ কৰা ধৰণে নিজৰ নিজৰ জিলাত খালী হৈ থকা ডাটা এণ্ট্ৰী চাকৰি সমূহৰ বাবে আৱেদন কৰিব পাৰিব।
অধিক তথ্যৰ বাবে ভিজিট কৰক- https://asomjob.in/2022/12/04/data-entry-operator-morigaon-lakhimpur-dibrugarh-karimganj-kokrajhar-majuli-nagaon/
DEO JOB SP OFFICE LAKHIMPUR
DEO JOB SP OFFICE DIBRUGARH
DEO JOB SP OFFICE KARIMGANJ
DEO JOB SP OFFICE KOKRAJHAR
DEO JOB SP OFFICE MAJULI
DEO JOB SP OFFICE NAGAON
Applications for the post of Data Entry Operator are being invited in The District Superintendent of Police under The Assam PoliceCCTNS/ICJS Project, in Morigaon, Lakhimpur, and Dibrugarh Districts. All information related to educational qualification, age, salary, date of submission of form, method, and selection of the candidates is given below. Qualified and interested candidates can apply for data entry jobs lying vacant in their respective districts.
কেনেদৰে নিৰ্বাচিত কৰা হৱ-
ডাটা এন্ত্ৰী অপাৰেটৰ পদৰ বাবে প্ৰাৰ্থীসকলক একাধিক বিকল্পৰ প্ৰশ্ন থকা 60 নম্বৰৰ লিখিত পৰীক্ষাৰ আধাৰত বাছনি কৰা হ’ব। পৰীক্ষাটোৰ বাবে প্ৰশ্নবোৰ কম্পিউটাৰ দক্ষতা, দক্ষতা আৰু সাধাৰণ জ্ঞানৰ ওপৰত আধাৰিত হ’ব। নিম্নতম যোগ্যতা অৰ্জনৰ শতাংশ হৈছে 50%। নিৰ্বাচিত প্ৰাৰ্থীসকল টাইপিং পৰীক্ষা আৰু সাক্ষাতকাৰৰ মাধ্যমেৰে চুড়ান্ত বাচনি কৰা হৱ।
Other Job- Click here