AMGURI COLLEGE IS GOING TO RECRUIT GRADE 3 AND GRADE 4 POSTS IN 2022

আমগুৰি মহাবিদ্যালয়ত বিভিন্ন খালী হৈ থকা পদ সমূহ পূৰণৰ বাবে আবেদন পত্ৰ গ্ৰহণ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে সকলো প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আৱেদন প্ৰ-পত্ৰ খন তলত উল্লেখ কৰা ঠিকনা বা জি-মেইললৈ প্ৰেৰণ কৰিব পাৰে। আৱেদন পত্ৰ খন ১৫ দিনৰ ভিতৰত প্ৰেৰণ কৰা উচিত।

পদৰ নাম- কনিষ্ট সহায়ক।

পদৰ সংখ্যা- ০১

পদৰ নাম- কাৰ্যালয় পিয়ন।

পদৰ সংখ্যা- ০২

অধিক তথ্যৰ বাবে তলৰ লিংকত ক্লিক কৰক- https://asomjob.in/2022/12/05/amguri-college-grade-3-and-grade-4-assamcareer/

আন সকলো চাকৰিৰ তথ্যৰ বাবে ক্লিক কৰক- https://asomjob.in/

আমগুৰি মহাবিদ্যালয় 17 জুলাই, 1967 তাৰিখে স্থাপিত। আমগুৰি মহাবিদ্যালয় আমগুৰি আৰু কাষৰীয়া অঞ্চলৰ উচ্চ শিক্ষাৰ মুখ্য প্ৰতিষ্ঠান। মহাবিদ্যালয়খন 1977 চনত Grant-in-Aid in প্ৰণালীৰ অধীনলৈ অনা হয় মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়ৰ সৈতে সংযুক্ত। মহাবিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, 1950-ৰ দ্বাৰা স্বীকৃত। মহাবিদ্যালয়খনে Affiliating বিশ্ববিদ্যালয়ৰ অধীনত কলা আৰু বাণিজ্যত স্নাতক ডিগ্ৰী প্ৰদান কৰে। ইয়াৰ উপৰিও, ই উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় দূৰত্ব শিক্ষা পৰিষদ আৰু কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক দূৰ আৰু মুক্ত শিক্ষাৰ অধীনত শিক্ষা প্ৰদান কৰি আহিছে।

সকলো ধৰণৰ সহ-শিক্ষা কাৰ্যকলাপেৰে সমৃদ্ধ মহাবিদ্যালয়খন সমগ্ৰ অঞ্চলত খ্যাতি-সম্পন্ন। মহাবিদ্যালয় খনৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা 1500 ৰো অধিক ।

মহাবিদ্যালয়খনে ইতিমধ্যে ৫০ বছৰীয়া গৌৰৱ পূৰ্ণ যাত্ৰা সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ এন.এ.এ.চি.-য়ে আমগুৰি মহাবিদ্যালয় পৰিদৰ্শন কৰি গ্ৰেড বি+ চিজিপিএছ 2.55) খিতাপ প্ৰদান কৰে।

Leave a Comment