ৰূপহী মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ খালী পদ 30/11/2022 FREE

ৰূপহী মহাবিদ্যালয়, অসমে বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আৱেদন গ্ৰহণ কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে ইয়াত খালী পদৰ বাবে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা অনুসৰি আবেদনৰ বাবে তেওঁলোকৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ প্ৰেৰণ কৰিব লাগিব। প্ৰাৰ্থী সকল কোনো চৰকাৰী স্বীকৃত বিদ্যালয়ৰ পৰা অষ্টম শ্ৰেনী উৰ্ত্তীন হোৱাটো বাঞ্চনীয়।

শিক্ষাগত অৰ্হতা, দৰকাৰী নথি পত্ৰ, বয়স, আবেদন জমা কৰা শেষ তাৰিখ আদিৰ সম্পূৰ্ণ তথ্যৰ বাবে তলত দিয়া লিংকত ক্লিক কৰক।

ইয়াত ক্লিক কৰক- CLICK HERE

ৰূপহী মহাবিদ্যালযত
ৰূপহী মহাবিদ্যালয়

Leave a Comment