ডাটা এন্ট্ৰী অপাৰেটৰ খালী পদ

হাইলাকান্দি জিলাৰ, আৰক্ষীৰ চিচিটিএনএছ/আইচিজেএছ প্ৰকল্পই বিভিন্ন ডাটা এণ্ট্ৰি অপাৰেটৰৰ খালী পদ পূৰণৰ বাবে আবেদন আমন্ত্ৰণ জনাইছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলক উল্লেখ কৰা উপযুক্ত নথিপত্ৰৰ সৈতে নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰাৰ্থী সকলে নিজৰ বায়’ ডাটা সহ আবেদন কৰিব লাগিব।

সৱিশেষ তথ্যৰ বাবে তলত দিয়া লিংকত ক্লিক কৰক।

Leave a Comment