ছয়গাওঁ মহাবিদ্যালয়ত বিভিন্ন বিভাগত খালী পদ ২০২২

অসমৰ ছয়গাঁও মহাবিদ্যালয়ে বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে আৱেদন গ্ৰহণ কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে ইয়াত খালী পদৰ বাবে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে তলত উল্লেখ কৰা অনুসৰি আবেদনৰ বাবে তেওঁলোকৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ প্ৰেৰণ কৰিব লাগিব। লগতে ই-মেইল আৰু ম’বাইল নম্বৰ দাখিল কৰাটোও পৰামৰ্শ দিয়া হৈছে।

আবেদন গ্ৰহণ কৰা পদ সমূহ-

১) কনিষ্ঠ সহায়ক।

২) পুথিভড়াঁল সহায়ক।

৩) চতুৰ্থ বৰ্গৰ সহায়ক।

আবেদন প্ৰ-পত্ৰ ২৯/১১/২০২২ তাৰিখৰ পৰা গ্ৰহণ কৰা হৈছে। আবেদন প্ৰত্ৰ ১৫ দিনৰ ভিতৰত নিৰ্দিষ্ট ঠিকনাত পোৱাটো বাঞ্চনীয়।

বাকী সকলো তথ্যৰ বাবে ক্লিক কৰক- CLICK HERE

Leave a Comment